November 1, 2024 8:17 PM November 1, 2024 8:17 PM
4
স্পেইনত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২ লৈ বৃদ্ধি
স্পেইনত বিধ্বংসী বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২০২ লৈ বৃদ্ধি পাইছে। বানৰ ফলত ভালেসংখ্যক লোক সন্ধানহীন হৈ আছে। ৮ ঘণ্টা ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ৱালেন্চিয়া আৰু মলাগাৰ দৰে চহৰ বানৰ কৱলত পৰিছে আৰু বাঢ়নি পানীৰ ফলত জনসাধাৰণ ঘৰ আৰু বাহনত আৱদ্ধ হৈ পৰিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্রো চাঞ্চেজে জনসাধ...