December 5, 2024 7:05 PM

views 15

৪ গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে ৭ ডিচেম্বৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পৰহিলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। এই নতুন মন্ত্ৰীসকল হ'ব ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, লক্ষীপ...

December 5, 2024 1:28 PM

views 20

অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিল সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ বাতিল কৰাক লৈ এটা সংগঠনে দাখিল কৰা আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰলৈ জাননী কৰিছে। এই সন্দৰ্ভত সদৌ অসম মুছলিম বিবাহ আৰু বিচ্ছেদ পঞ্জীয়ক তথা কাজী সন্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সংগঠনটোৱে দাখিল কৰা এখন লেখ আবেদনৰ শুন...

December 5, 2024 1:24 PM

views 15

ধুবুৰীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩৪৯ সংখ্যক শ্বহীদী দিৱস পালন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীগুৰু টেগ বাহাদুৰ ছাহিব গুৰুদ্ধাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩৪৯ সংখ্যক শ্বহীদী দিৱস পালন কৰা হৈছে। শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্ধাৰত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশ-বিদেশৰ পৰা বহুলোকে অংশগ্ৰহণ কৰিছে। বিগত বছ...

December 5, 2024 1:21 PM

views 19

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী শর্মাই কালি নতুন দিল্লীত এখন সংবাদমেলত অহা ৭ ডিচেম্বৰৰ ১২ বজাত অসম মন...

December 5, 2024 1:13 PM

views 17

পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

ওমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কালি অনুষ্ঠিত ফাইনেল খেলত ভাৰতে পাকিস্তানক ৫-৩ গ'লত পৰাস্ত কৰে। খেলখনত অজিৎ সিঙে ৪টা গ'ল দি খেলখনত বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। দিলৰাজ সিঙে এটা গ'ল দিয়ে । পাকিস্তানৰ হৈ ছ...

December 5, 2024 1:09 PM

views 11

ৰেস্তোৰাঁ, হোটেল ৰাজহুৱা অনুষ্ঠান, সামাজিক স্থানত গো-মাংস বন্ধৰ ঘোষণা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে ৰেস্তোৰাঁ, হোটেল ৰাজহুৱা অনুষ্ঠান আৰু আন সামাজিক স্থানত গো মাংসৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কালি কয়, যে কেবিনেট বৈঠকত বৰ্তমানৰ গো মাংস গ্ৰহণ কৰা আইনৰ সংশোধনত অনুমোদন জনোৱাৰ পিছত এই সিদ্ধান্ত চূড়ান্ত কৰা হয় ৷ মুখ...

December 5, 2024 1:06 PM

views 17

২০২৩-২৪ বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন ২০২২-২৩ বৰ্ষতকৈ সামান্য বৃদ্ধি পাইছে : ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰী

২০২৩-২৪ বৰ্ষত গ্ৰাম্য সাক্ষৰতা পঞ্জীয়ন ২০২২-২৩ বৰ্ষতকৈ সামান্য বৃদ্ধি পোৱা বুলি শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধাৰীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাৰ লিখিত প্রশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে কয়, যে গ্রাম্য সাক্ষৰতা হাৰ যোৱা বৰ্ষৰ ৭৭ শতাংশৰ পৰা এই বৰ্ষত ৭৭ দশমিক ৫ শতাংশলৈ বৃদ্ধি পাইছে। শিক্ষামন্ত্ৰীগৰাক...

December 5, 2024 1:02 PM

views 51

বিয়লি ৪ বাজি ১২ মিনিটত উৎক্ষেপন কৰা হ’ব PSLV-C59 যান

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰা হ'ব। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি ৪ বাজি ১২ মিনিটত PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন কৰিব। উল্লেখযোগ্য যে, ইছৰোৱে ...

December 5, 2024 12:55 PM

views 12

দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল বাংছুকৰ ভাৰত ভ্ৰমণ

ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল বাংছুক আৰু ৰাণী জেতচুন পেমা বাংছুক আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভ্রমণকালত ভূটানৰ ৰজাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। বিদেশমন্ত্ৰী ড° এছ জয়শংকৰ আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অভ্যাগত ৰজাগৰাকীক দেখা কৰিব। ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু সহয...

December 5, 2024 12:52 PM

views 17

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নবিছে

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব । মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত বিয়লি হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্ৰীফাড়নবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে, শ্রীফাড়নবিছক কালি সর্বস...