December 6, 2024 10:48 AM
21
বাদুংদুপ্পা কলা কেন্দ্রত পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪
বাদুংদুপ্পা কলা কেন্দ্রই পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪-ৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মুক্ত আকাশৰ শালগছৰ তলত মাটিৰ মজিয়াত মঞ্চ, দৰ্শকৰ বাবে বাঁহেৰে গেলাৰী ...