October 27, 2024 8:24 PM October 27, 2024 8:24 PM

views 5

কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজানত অনুষ্ঠিত ব্রিকছ শীৰ্ষ সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ঝাৰখণ্ডৰ শিল্পকলা উপহাৰ দিয়ে। ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ ছোহৰাই চিত্রকলা হৈছে অঞ্চলটোৰ থলুৱা পৰম্পৰাৰ সুন্দৰ প্ৰতিফলন। এই চিত্রকলাসমূহক এক জিলা এক সামগ্ৰী শীৰ্ষক ভাৱাদৰ্শৰ অধীনত স্বীকৃতি প্ৰদান ক...

October 27, 2024 8:21 PM October 27, 2024 8:21 PM

views 6

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি প্ৰকাশিত বাতৰিক চৰকাৰৰ নস্যাৎ

চলিত বৰ্ষৰ প্ৰথম ছমাহত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত গ্ৰামাঞ্চলৰ নিয়োগ ১৬ শতাংশ হ্রাস হোৱা বুলি কিছুসংখ্যক সংবাদমাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন চৰকাৰে আজি নস্যাৎ কৰিছে। এই আঁচনি চাহিদা ভিত্তিত পৰিচালিত বুলি উল্লেখ কৰি গ্ৰামোন্নয়ন মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে যে, চলিত...

October 27, 2024 8:01 PM October 27, 2024 8:01 PM

views 10

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ'ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত ...

October 27, 2024 7:54 PM October 27, 2024 7:54 PM

views 14

ৰাজ্যৰ চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা খালী পদৰ বাবে লিখিত পৰীক্ষা সম্পন্ন

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ তত্বাৱধানত আজি ৰাজ্যৰ চতুৰ্থ বৰ্গৰ মুঠ ৫ হাজাৰ ২৩টা খালী পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হয়। পুৱা ৯ বজাৰ পৰা দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱাৰ লগতে ডেৰ বজাৰ পৰা অষ্টম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হয়। ইপিনে এই পৰীক্ষা...

October 27, 2024 7:49 PM October 27, 2024 7:49 PM

views 5

আগষ্ট মাহত কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত দেশৰ ২০ লাখ ৭৪ হাজাৰৰো অধিক নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত

চলিত বৰ্ষৰ আগষ্ট মাহত কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত দেশৰ ২০ লাখ ৭৪ হাজাৰৰো অধিক নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে। যোৱা বৰ্ষৰ তুলনাত নতুন কৰ্মচাৰী অন্তৰ্ভুক্তিৰ হাৰ ৬.৮ শতাংশ বৃদ্ধি পাইছে। নতুনকৈ অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলৰ ভিতৰত প্ৰায় ৯ লাখ ৯০ হাজাৰ কৰ্মচাৰীৰ বয়স সৰ্বাধিক ২৫ বছৰ। আগষ্ট মাহত ...

October 27, 2024 8:28 PM October 27, 2024 8:28 PM

views 3

জাপান পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেলত শ্বাটলাৰ সুকান্ত কদমৰ  পুৰুষৰ একক শাখাত সোণৰ পদক অৰ্জন

জাপান পেৰা বেডমিণ্টন ইণ্টাৰনেচনেল ২০২৪ত ভাৰতৰ তাৰকা শ্বাটলাৰ সুকান্ত কদমে পুৰুষৰ একক শাখাত স্বৰ্ণপদক আৰু পুৰুষৰ দ্বৈত শাখাত তেওঁৰ সংগী দীনেশ ৰাজাইৰ সৈতে ৰূপৰ পদক লাভ কৰে। একক শাখাৰ ফাইনেলত সতীৰ্থ ভাৰতীয় শ্বাটলাৰ তৰুণৰ মুখামুখি হৈ সুকান্তই ২১-১২, ২১-১০ ব্যৱধানত নিজৰ আধিপত্য বিস্তাৰ কৰে। দ্বৈত শাখাত ...

October 27, 2024 7:44 PM October 27, 2024 7:44 PM

views 4

প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্মবার্ষিকীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্মবার্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰয়াত নাৰায়ণন দেশৰ দশম সংখ্যক ৰাষ্ট্ৰপতি আছিল। তেওঁ ১৯৯৭ চনৰ ২৫ জুলাইৰ পৰা ২০০২ চনৰ ২৫ জুলাইলৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ ১৯৯২ চনৰ ২৭ অক্টোবৰৰ পৰা ১৯৯৭ চ...

October 27, 2024 7:28 PM October 27, 2024 7:28 PM

views 6

ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত  কেবিনেটৰ অনুমোদন

গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই সিদ্ধান্ত চলিত বছৰৰ ১ জুলাইৰ পৰা প্ৰযোজ্য হ'ব। অৱশ্যে কৰ্মচাৰীসকলে পহিলা ডিচেম্বৰৰ পৰা বৰ্ধিত হাৰত ...

October 27, 2024 7:17 PM October 27, 2024 7:17 PM

views 13

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নতুন প্ৰজন্মই নৱ জাগৰণ সৃষ্টিৰ বাবে আগুৱাই আহিব লাগিব বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ

ভাৰতবৰ্ষ এতিয়া বিশ্বৰ সন্মুখত সম্পূৰ্ণ সম্ভাৱনাৰে উদীয়মান তাৰকা সদৃশ আৰু এই সম্ভাৱনা বহন কৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নতুন প্ৰজন্মই নৱ জাগৰণ সৃষ্টিৰ বাবে আগুৱাই আহিব লাগিব বুলি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। আজি গুৱাহাটীত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একবিংশ দ্বিবার্ষ...

October 27, 2024 7:03 PM October 27, 2024 7:03 PM

views 6

পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দ্বাৰা উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তৰ পেট্টাপ’ল ভূ-বন্দৰত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট উদ্বোধন কৰে। উত্তৰ-২৪ পৰগনা জিলাৰ পেট্টাপ'ল ভূ-বন্দৰ দক্ষিণ এচিয়াৰ সৰ্ববৃহৎ ভূ-বন্দৰ আৰু এই বন্দৰটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ গুৰুত্বপূৰ্ণ ...