October 28, 2024 8:14 PM October 28, 2024 8:14 PM

views 7

গুজৰাটৰ আমৰেলিত প্ৰায় ৪,৮০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প মুকলি প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আমৰেলিত প্ৰায় ৪ হাজাৰ ৮০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প মুকলি কৰাৰ লগতে আন কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উদ্দেশ্যে আয়োজিত সমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে জল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে ৷ তেওঁ কয় যে, ব...

October 28, 2024 8:07 PM October 28, 2024 8:07 PM

views 10

গুৱাহাটীৰ ৰূপনগৰৰ মীন সমবায় সমিতিৰ সমূহীয়া কেন্দ্ৰ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ

মীন মন্ত্ৰী কেশৱ মহন্তই আজি অসম কৃষি, বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত গুৱাহাটী ৰূপনগৰত থকা ফিছফেডৰ সদৰ কাৰ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা মীন সমবায় সমিতিসমূহৰ সমূহীয়া কেন্দ্ৰটো উদ্বোধন কৰে। এই সমূহীয়া সেৱা কেন্দ্ৰটোত মীন সমবায়সমূহৰ সদস্য, মীন বিভাগৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰী আৰু ম...

October 28, 2024 8:02 PM October 28, 2024 8:02 PM

views 14

মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰশিল্প আৰু বহিঃপৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অধীনৰ গুৱাহাটীত থকা মুগা, এড়ি আৰু ৰেচমপলু বীজ সংস্থা পৰিদৰ্শন কৰে। এই সংস্থাটোৰ অধীনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আৰু তামিলনাড়ুত থকা ১৩টা ক্ষেত্রগোটে মানসম্পন্ন মুগা আৰু এড়ি ৰেচমপলু বীজ উৎপাদনত সমর্থন আ...

October 28, 2024 7:58 PM October 28, 2024 7:58 PM

views 12

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীৰ নিৰ্মীয়মান পাণ্ডু বন্দৰ পৰিদৰ্শন

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ নিৰ্মীয়মান পাণ্ডু বন্দৰ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ জলপথ আৰু জাহাজ পৰিবহন খণ্ডক সুসজ্জিত কৰাৰ বাবে নিৰ্মাণ কৰি থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰ পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট কৰ্তৃপ...

October 28, 2024 7:52 PM October 28, 2024 7:52 PM

views 7

নতুনকৈ নিৰ্বাচিত হোৱা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক কাইলৈ প্রধানমন্ত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্বাচিত হোৱা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ ৪০টা স্থানত আয়োজিত ৰোজগাৰ মেলাৰ জৰিয়তে কাইলৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগত এইসকল প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই ৰোজগাৰ মে...

October 28, 2024 7:47 PM October 28, 2024 7:47 PM

views 6

গোলকীয় সামৰিক মিত্ৰজোঁটৰ বাবে আহ্বান ইৰাণৰ সৰ্বোচ্চ নেতাৰ

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইয়ে গোলকীয় সামৰিক মিত্ৰজোঁটৰ বাবে আহ্বান জনাইছে। বিগত সপ্তাহৰ শেষৰ ফালে ইৰাণৰ গুৰুত্বপূৰ্ণ সামৰিক স্থানসমূহৰ বিৰুদ্ধে ইজৰাইলৰ বিমান আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হব বুলি ইৰাণৰ শীৰ্ষ বিষয়াসকলে ঘোষণা কৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ এই শক্তিশালী ঘোষণাই আমে...

October 28, 2024 7:44 PM October 28, 2024 7:44 PM

views 5

জম্মু-কাশ্মীৰৰ আখনূৰ খণ্ডত সেনাবাহিনীৰ বাহনত সন্ত্ৰাসবাদীৰ একাধিক গুলীচালনা

জম্মু-কাশ্মীৰত আখনূৰ খণ্ডত সন্ত্ৰাসবাদীয়ে আজি পুৱা সেনাবাহিনীৰ এখন বাহনক লক্ষ্য কৰি একাধিক গুলীচালনা কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি জম্মু জিলাৰ আখনূৰ খণ্ডৰ বট্টাল এলেকাত বৰ্তমান নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাই আছে৷ খোৰ বটল অঞ্চলৰ আছান মন্দিৰৰ সমীপৰ গাঁওবাসীয়ে অস্ত্ৰধাৰী স...

October 28, 2024 7:39 PM October 28, 2024 7:39 PM

views 7

ধান বনা কলত উৎপাদিত সামগ্রী ক্রয় কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকক আশ্বাস মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে চৰকাৰে ধান বনা কলত উৎপাদিত সকলো সামগ্রী ক্রয় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকসকলক আশ্বাস দিছে। নতুন দিল্লীত আজি ধান বনা কলৰ স্বত্বাধিকাৰীসকলৰ বাবে ভাৰতীয় খাদ্য নিগমৰ অভিযোগ নিৰাময় ব্যৱস্থাৰ প'ৰ্টেল মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে ক...

October 28, 2024 7:35 PM October 28, 2024 7:35 PM

views 2

ভাৰতীয় আৰু আমেৰিকাৰ নাগৰিকৰে ৰাষ্ট্ৰপতি জ’ বাইডেনৰ অন্তিমবাৰৰ বাবে দীপাৱলী উদযাপন

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউছত আজি সন্ধিয়া ভাৰতীয় আৰু আমেৰিকাৰ নাগৰিকসকলৰ সৈতে ৰাষ্ট্ৰপতি হিচাপে অন্তিমবাৰৰ বাবে দীপাৱলী উদযাপন কৰিব। এই উৎসৱে আমেৰিকা আৰু ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ মাজৰ বন্ধন অটুট কৰাৰ লগতে ই ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ স্মৰণীয় মুহূৰ্ত হৈ ৰ'ব বুলি আশা কৰা হৈছে । ...

October 28, 2024 7:27 PM October 28, 2024 7:27 PM

views 6

গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ টাটা এয়াক্রাফ্‌ট কমপ্লেক্স মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্রী পেড়ো ছানচেজে আজি যুটীয়াভাৱে গুজৰাটৰ বাডোদ্ৰাত চি-২৯৫ সামৰিক বিমানৰ বাবে টাটা এয়াক্রাফ্‌ট কমপ্লেক্স মুকলি কৰে। এয়া হৈছে ভাৰতৰ সামৰিক বিমানৰ বাবে প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাইনেল এছেম্বলি লাইন। এই কার্যসূচীত টাটাৰ উপৰি ভাৰত ইলেকট্রনিকছ লিমিটেড আৰ...