October 30, 2024 12:05 PM October 30, 2024 12:05 PM

views 4

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচীৰে আজি গুজৰাটলৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটলৈ যাব। তেওঁ একতা নগৰত ২৮০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান আন্তঃগাঁথনি আৰু উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। পৰ্যটকৰ সুবিধা আৰু যাত্ৰা সুগম কৰি তোলাৰ লগতে এলেকাটোত বহনক্ষমতা প্ৰচেষ্টাৰ প্ৰতি সহায় আগবঢ়োৱাই এই প্ৰকল্পৰ...

October 30, 2024 12:04 PM October 30, 2024 12:04 PM

views 4

ভাৰত-ছৌদি আৰবৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে ছৌদি আৰবত উপস্থিত বাণিজ্য-উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু ছোদি আৰবৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষৰে ছৌদি আৰবত উপস্থিত হৈছেগৈ। দুদিনীয়া ভ্ৰমণ সূচীৰে যোৱা মন্ত্ৰীগৰাকী কালি ৰিয়াধত উপস্থিত হয় । আমাৰ পশ্চিম এছিয়াৰ সংবাদদাতাই জনোৱা মতে মন্ত্ৰী পিয়ুষ গোৱেলে ৰিয়াধত অনুষ্ঠিত ভৱিষ্যত বিনিয়োগ পদ...

October 30, 2024 12:03 PM October 30, 2024 12:03 PM

views 8

গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ আগ্ৰহী হামাছ

গাজা ষ্ট্ৰিপত স্থায়ী যুদ্ধবিৰতিৰ বাবে যিকোনো চুক্তিৰ বাবে হামাছে আগ্ৰহ প্ৰকাশ কৰিছে। হামাছৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কালি কয় যে এই চুক্তিৰ বাবে কিছুমান নির্দিষ্ট চর্ত থাকিব। ইয়াৰ ভিতৰত সমগ্ৰ গাজা ষ্ট্রিপৰ পৰা ইজৰাইলী সেনা প্রত্যাহাৰ কৰা, অৱৰোধ প্ৰত্যাহাৰ কৰা, আৰু সাহায্য, সমৰ্থন আৰু আশ্ৰয়ৰ ব্যৱস্থ...

October 29, 2024 8:09 PM October 29, 2024 8:09 PM

views 12

ৰাষ্ট্ৰপতি ভৱনত শিল্পকৰ্মৰ প্ৰদৰ্শনী পৰিদৰ্শন শ্রীমতী দ্রৌপদী মুৰ্মুৰ

আজি ৰাষ্ট্ৰপতি ভৱনত শিল্পীসকলৰ এটা দলে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুমুর্ক সাক্ষাৎ কৰে। যোৱা কেইবাদিনো ধৰি ৰাষ্ট্ৰপতি ভৱনত বাহৰ পাতি থকা শিল্পীসকলে আগবঢ়োৱা শিল্পকৰ্মৰ প্ৰদৰ্শনী এখন ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিদৰ্শন কৰে। শিল্পীসকলৰ শিল্পকৰ্মৰ প্ৰশংসা কৰি তেওঁ কয় যে, এই শিল্পকৰ্মসমূহে মানৱ আৰু প্ৰকৃতিৰ মাজ...

October 29, 2024 8:01 PM October 29, 2024 8:01 PM

views 9

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। এই পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। বৰ্তমানলৈকে ৬৩২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কাইলৈ মনোনয়ন সমূহ পৰীক্ষা কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে পহিলা নৱেম্বৰ পর্যন্ত মন...

October 29, 2024 7:38 PM October 29, 2024 7:38 PM

views 9

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপুৰঞ্জন শৰ্মাৰ হৈ মন্ত্ৰী বিমল বৰাই প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ স্বাৰ...

October 29, 2024 7:36 PM October 29, 2024 7:36 PM

views 17

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত ৰোজগাৰ মেলাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত আয়োজিত ৰোজগাৰ মেলাত উপস্থিত থাকে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰে যুৱ প্ৰজন্মৰ সৱলীকৰণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ উন্নয়নত প্ৰধানমন...

October 29, 2024 7:34 PM October 29, 2024 7:34 PM

views 6

এইমছৰ চাংসাৰিস্থিত চৌহদত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত আয়োজিত বিশেষ অনুষ্ঠানৰ জৰিয়তে দেশৰ স্বাস্থ্যখণ্ডৰ সেৱাসমূহৰ উন্নীতকৰণৰ উদ্দেশ্যে ভার্চুৱেল ব্যৱস্থাৰে ১২ হাজাৰ ৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ স্বাস্থ্য খণ্ড প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে এইম...

October 29, 2024 6:56 PM October 29, 2024 6:56 PM

views 10

যোৰহাটত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয়ত অতুল বৰাৰ পর্যালোচনা বৈঠক

মন্ত্ৰী অতুল বৰাই আজি যোৰহাটত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কাৰ্যালয়ত পশু চিকিৎসা বিষয়া আৰু খণ্ড পশু চিকিৎসা বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বানৰ সময়ত জিলাখনৰ পশুধন আৰু হাঁহ-কুকুৰা ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বিভাগটোৰ প্ৰদৰ্শন, পিয়লৰ স্থিতি সম্পৰ্কত বৈঠকত মূল্যায়ন কৰা হয়। বৈঠকত প...

October 29, 2024 6:55 PM October 29, 2024 6:55 PM

views 13

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা কাইলৈ পুৱা পুনৰ আৰম্ভ

মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা কাইলৈ পুৱা পুনৰ আৰম্ভ হ'ব। আজি সন্ধিয়াৰে পৰা টিকট ক্রয় প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথৰ কিছু অংশত নতুনকৈ পৰা বালি...