October 30, 2024 12:28 PM October 30, 2024 12:28 PM
3
মাজুলীৰ কমলাবাৰী-নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা আজি পুনৰ আৰম্ভ
মাজুলীৰ কমলাবাৰী আৰু নিমাতী পাৰঘাট সংযোগী ফেৰী সেৱা আজি পুনৰ আৰম্ভ হ'ব। টিকট ক্রয় প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে প্রকাশ কৰি কয় যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ লগতে কমলাবাৰী পাৰঘাটৰ দিশত জলপথৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে যোৱা ২০ অক্টোবৰৰ...