October 31, 2024 7:48 PM October 31, 2024 7:48 PM

views 7

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেল কাইলৈ মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ৩ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন পুৱা চাৰে ন বজাত আৰম্ভ হ'ব। একেৰাহে ১৮ টা শৃংখলাত জয়ৰ ধাৰা ভংগ হোৱা আৰু শৃংখলাত ২-০ ফলাফলত পাছ পৰি থকা ভাৰতীয় দলে এই খেলখনত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে দেশৰ মাটিত ...

October 31, 2024 7:45 PM October 31, 2024 7:45 PM

views 10

নেচনেল আৰু বোম্বে ষ্টক একচেঞ্জৰ বাৰ্ষিক দীপাৱলী মুহুৰত ট্রেডিং সত্ৰৰ আয়োজন

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জে বাৰ্ষিক দীপাৱলী মুহুৰত ট্রেডিং সত্ৰৰ আয়োজন কৰিব। এই বিশেষ সত্ৰৰে চম্বত ২০৮১ বৰ্ষ আৰম্ভ হ'ব। নেচনেল ষ্টক একছেঞ্জে জাৰি কৰা জাননি অনুসৰি কাইলৈ সন্ধিয়া ৫ বাজি ৪৫ মিনিটৰ পৰা ৬ বজালৈ বিশেষ প্ৰাক সত্ৰৰ আয়োজন কৰা হব আৰু সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ স্বাভাৱিক ট...

October 31, 2024 7:40 PM October 31, 2024 7:40 PM

views 4

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত কৰিছে । গুজৰাটৰ বোটাডত আজি এটা অনুষ্ঠানত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰ্দাৰ পেটেলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে পৰৱৰ্তী দুবছৰত নেতাগৰাকীৰ ডেৰশ বছৰীয়া জয়...

October 31, 2024 7:21 PM October 31, 2024 7:21 PM

views 9

উৎসৱ উপলক্ষে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত ৮ খন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই উৎসৱ উপলক্ষে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন বিশেষ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱৰ সময়ছোৱাত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ৮ খন ৰে'লৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়ে। নিউ জলপাইগুৰিৰ পৰা গ...

October 31, 2024 7:17 PM October 31, 2024 7:17 PM

views 7

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত

অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চৰ তিনিজন শীৰ্ষ আৰক্ষী বিষয়া আৰু এজন কনিষ্টবলক কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক সন্মানৰ বাবে নিৰ্বাচিত হৈছে। ৰাজ্যখনত বিগত বৰ্ষৰ ২১ মাৰ্চৰ পৰা চলিত বৰ্ষৰ ২০ মাৰ্চলৈ কেইবাটাও অভিযানত সফলতা লাভ কৰাৰ স্বীকৃতিস্বৰূপে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে অসম আৰক্ষীৰ স্পেচিয়েল টা...

October 31, 2024 7:13 PM October 31, 2024 7:13 PM

views 6

ৰাজ্যৰ বিভিন্ন জিলাতো কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উৎসাহ-উদ্দীপনাৰে উদযাপন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উৎসাহ- উদ্দীপনাৰে উদযাপন কৰা হৈছে। দীপাৱলীৰ লগতে কালী পূজা উপলক্ষে গোৱালপাৰাত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা নগৰৰ শান্তিনগৰ সাৰ্বজনীন শ্যামাকালী মন্দিৰত কালী পূজা উলহ- মালহেৰে পালন কৰা হৈছে। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি...

October 31, 2024 6:44 PM October 31, 2024 6:44 PM

views 1

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ মাদক দ্রব্যসহ এজন যুৱক আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বৃহৎ পৰিমাণৰ মাদক দ্রব্যসহ এজন যুৱকক আটক কৰা হয়। মাৰ্ঘেৰিটাৰ আৰক্ষীয়ে ১ নম্বৰ মাকুম পথাৰত চলোৱা অভিযানত প্ৰায় ৩৭ গ্রাম মাদক দ্রব্য জব্দ কৰে। আটকাধীন যুৱকজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

October 31, 2024 6:40 PM October 31, 2024 6:40 PM

views 11

বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ ১২০০ কোটি টকাৰ প্ৰকল্প

গ্রাম্য অঞ্চলসমূহত বিশেষ গুৰুত্ব আৰোপ কৰি বিদ্যুৎ পৰিবহন উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ১২০০ কোটি টকাৰ প্ৰকল্প হাতত লৈছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে এই বছৰৰ অক্টোবৰলৈকে ১২ হাজাৰ কিলোমিটাৰতকৈ অধিক এল টি লাইন সলনি কৰা হৈছে আৰু ২৫০ কিলোমিটাৰ নতুন ১১ কি...

October 31, 2024 6:36 PM October 31, 2024 6:36 PM

views 4

ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ নীতি আৰু প্ৰমূল্যৰে সমগ্ৰ ৰাষ্ট্ৰক একতাৰ ডোলেৰে বান্ধিবলৈ নিৰন্তৰ প্ৰচেষ্টা...

October 31, 2024 7:58 PM October 31, 2024 7:58 PM

views 4

অনাগত ২৫ বছৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰীয় একতা অত্যন্ত গুৰুত্বপূৰ্ণঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধান হ'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম্বো...