November 2, 2024 6:43 PM November 2, 2024 6:43 PM
21
অসম-নাগালেণ্ড মেৰাপানী সীমান্তত বার্মিজ চুপাৰীভর্তি দুখন ট্রাক জব্দ
গোলাঘাট জিলাৰ অসম-নাগালেণ্ড মেৰাপানী সীমান্তত আজি ১৪২ নম্বৰ চি আৰ পি এফৰ সেনাই বার্মিজ চুপাৰীভর্তি দুখন ট্রাক জব্দ কৰে। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্রাক দুখনত গোপনে কেইবালাখ টকা মূল্যৰ বাৰ্মিজ চুপাৰী মেৰাপানীয়েদি পাৰ কৰিবলৈ লওঁতে চি আৰ পি এফৰ তালাচীত ধৰা পৰে। চি আৰ পি এফে বাহন দুখনৰ চালক...