November 3, 2024 11:25 AM November 3, 2024 11:25 AM
22
ইছৰোৰ আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোয়ে আন্তঃ গ্ৰহ জীৱনৰ অনুকৰণৰ উদ্দেশ্যে লাডাখৰ লেহত দেশৰ প্ৰথম এনালগ মহাকাশ অভিযান আৰম্ভ কৰিছে। অদূৰ ভৱিষ্যতে ভাৰতে চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনাৰ বাবে ইছৰোৰ এই পদক্ষেপে বিশেষ তাৎপর্য বহন কৰিছে। এনালগ মহাকাশ অভিযান হৈছে মহাকাশৰ পৰিৱেশৰ সৈতে ভৌতিক সাদৃশ্য থকা কো...