November 11, 2024 6:39 PM November 11, 2024 6:39 PM

views 4

দেশৰ ৫১সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সঞ্জীৱ খান্নাৰ শপতগ্ৰহণ

ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্...

November 11, 2024 6:38 PM November 11, 2024 6:38 PM

views 51

আকাশবাণী গুৱাহাটীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত বায়ু প্ৰদূষণ, প্ৰভাৱ তথা প্ৰতিৰোধ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত বায়ু প্ৰদূষণ, প্ৰভাৱ তথা প্ৰতিৰোধ এই সন্দৰ্ভত ছফডৰজং চিকিৎসালয়ৰ শ্বাস-প্ৰশ্বাসজনিত ঔষধ বিভাগৰ অধ্যাপক নীৰজ গুপ্তা আৰু জ্যেষ্ঠ পৰিৱেশবিদ মুকুল ছানৱালৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোত...

November 11, 2024 6:36 PM November 11, 2024 6:36 PM

views 4

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী

কাইলৈ ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস উপলক্ষে আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ চৌহদত থকা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহে প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ প্ৰদৰ্শনৰ ওপৰত ভ...

November 11, 2024 12:27 PM November 11, 2024 12:27 PM

views 10

ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ শপত গ্ৰহণ

ন্যায়াধীশ সঞ্জীৱ খান্নাই আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ খান্নাক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মুখ্য ন্যায়াধীশগৰাকীয়ে অহা বছৰ মে’ৰ মাজভাগলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্...

November 11, 2024 12:32 PM November 11, 2024 12:32 PM

views 14

মঙলদৈত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীর্ষক এটা জিলা পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন

দৰং জিলাৰ মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কেৰিয়াৰ পৰামৰ্শ ২০২৪ শীর্ষক এটা জিলা পৰ্যায়ৰ কেৰিয়াৰ পৰামৰ্শদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ শিক্ষিত যুৱক-যুৱতীসকলক কর্মসংস্থাপনৰ উপযুক্ত পথৰ সন্ধান দিয়াৰ লক্ষ্যৰে জিলা নিয়োগ বিনিময় কেন্দ্ৰই এই কাৰ্যসূচী হাতত লৈছে। এই পৰামৰ্শ দান কাৰ্যসূচী...

November 11, 2024 12:17 PM November 11, 2024 12:17 PM

views 5

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ আজি এখন বিশেষ আদালতত আৰম্ভ

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ আজি এখন বিশেষ আদালতত আৰম্ভ হ'ব। ফাষ্টট্ৰেক আদালতত দৈনিক এই বিচাৰ প্ৰক্ৰিয়াৰ অগ্ৰগতি হ'ব। উল্লেখযোগ্য যে যোৱা ৯ আগষ্টৰ পুৱা চিকিৎ‍সালয়খনত চিকিৎসকগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ৯৪ দিনৰ পাছত এই বিচাৰ প্ৰ...

November 11, 2024 12:15 PM November 11, 2024 12:15 PM

views 16

বিহাৰত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ

বিহাৰৰ ৰাজগিৰিত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ১০ দিনীয়া এই প্ৰতিযোগিতা মুকলি কৰিব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিহাৰ ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালকপ্ৰধান ৰবীনন্দ্ৰন শংকৰণে কয় যে, বিহাৰত এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড...

November 11, 2024 12:14 PM November 11, 2024 12:14 PM

views 13

টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্রিকাৰ ৩ উইকেটত জয়লাভ

দক্ষিণ আফ্ৰিকাৰ এবেখাত কালি অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰে। শৃংখলাটোত দুয়োটা দলে ১-১ ফলাফলত সমতা স্থাপন কৰিছে। কালিৰ খেলখনত দক্ষিণ আফ্ৰিকাই ভাৰতে বান্ধি দিয়া ১২৫ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত ১৯...

November 11, 2024 12:12 PM November 11, 2024 12:12 PM

views 4

উত্তৰ-পূব স্কোৱাচৰ পুৰুষ আৰু মহিলাৰ দলীয় শাখাত অসমৰ চেম্পিয়নৰ খিতাপ অৰ্জন

অসম স্কোৱাচ ৰেকেট এছোছিয়েছনৰ উদ্যোগত উদ্বোধনী বৰ্ষৰ সদৌ অসম আন্তঃস্কুল আৰু তৃতীয় উত্তৰ-পূব স্কোৱাচ প্রতিযোগিতাৰ কালি সামৰণি পৰে। প্ৰতিযোগিতাখনৰ উত্তৰ-পূব স্কোৱাচৰ পুৰুষ আৰু মহিলাৰ দলীয় শাখাত অসমে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। পুৰুষৰ শাখাত ছাৰ্ভিছেছ আৰু মহিলাৰ শাখাত মণিপুৰ দ্বিতীয় স্থান আছে। পুৰুষৰ...

November 11, 2024 12:09 PM November 11, 2024 12:09 PM

views 11

কাকজানত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘব মৰাণ দিৱস পালন

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাকজানত অহা ১৯ আৰু ২০ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে বীৰ ৰাঘব মৰাণ দিৱস পালন কৰা হ'ব। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম মৰাণ সভাৰ যৌথ উদ্যোগত আৰু মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ সহযোগত এই দিৱস পালন কৰা হ'ব। মৰাণ বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱা আৰু তেওঁৰ বীৰত্বৰ কথ...