December 16, 2025 12:29 PM

views 17

জর্ডানত ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্রতিনিধি পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অম্মানত জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ সৈতে প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজত ৭৫ বছৰীয়া কূটনৈতিক সম্পৰ্কৰ বিষয়ে আলোকপাত কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে জর্ডানৰ দৃঢ় স্থিতিৰ প্ৰশংসা কৰ...

December 16, 2025 12:28 PM

views 11

সাতদিনীয়া ভ্রমণসূচী লৈ কৰ্ণাটক, তামিলনাডু, তেলেংগানালৈ যাব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি সাতদিনীয়া ভ্রমণসূচী লৈ কৰ্ণাটক, তামিলনাডু আৰু তেলেংগানালৈ যাব। কৰ্ণাটকৰ মালাৱলীত ৰাষ্ট্ৰপতিগৰাকীয়ে আদি জগদগুৰু শ্ৰী শিৱৰাথ্ৰীশ্বৰ শিৱযোগী মহা স্বামীজীৰ ১০৬৬ সংখ্যক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব। শ্ৰীমতী মুৰ্মুৱে কাইলৈ তামিলনাডুলৈ যাব আৰু তাত তেওঁ ভেল্লুৰৰ গ'ল্...

December 16, 2025 12:27 PM

views 17

লোকসভাত উত্থাপিত বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক-২০২৫ পুনৰীক্ষণৰ বাবে সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ

লোকসভাত কালি বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিধেয়ক ২০২৫ উত্থাপন কৰাৰ পিছত সংসদৰ যুটীয়া সমিতিলৈ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হয়। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে বিধেয়কখন লোকসভাত উত্থাপন কৰে। অৱশ্যে বিৰোধী দলৰ সদস্যসকলে এই বিধেয়কখন উত্থাপনৰ বিৰোধিতা কৰে ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজি...

December 16, 2025 12:26 PM

views 10

ভাৰতৰ নিবনুৱাৰ হাৰ চলিত বৰ্ষৰ নৱেম্বৰত ৪.৭ শতাংশলৈ হ্ৰাস

ভাৰতৰ নিবনুৱাৰ হাৰ চলিত বৰ্ষৰ নৱেম্বৰত ৪ দশমিক ৭ শতাংশলৈ হ্ৰাস পাইছে। এপ্ৰিলৰ পাছৰ পৰা এয়া হৈছে ১৫ বছৰ আৰু তাতোকৈ অধিক বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত সৰ্বনিম্ন হাৰ। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি গ্ৰাম্য অঞ্চলৰ নিবনুৱাৰ ৩ দশমিক ৯ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে চহৰ অঞ্চলত এই হাৰ ৬ দশম...

December 16, 2025 1:54 PM

views 9

চৰকাৰ-উদ্যোগসমূহে কৃষকসকললৈ প্ৰত্যক্ষ সুবিধা আগবঢ়োৱা বুলি কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ আয়ুক্ত প্ৰবীন কুমাৰৰ মন্তব্য

কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ আয়ুক্ত প্ৰবীন কুমাৰে চৰকাৰ আৰু উদ্যোগসমূহৰ একেটাই লক্ষ্য, সেয়া হৈছে দীর্ঘস্থায়ী বিকাশ আৰু কৃষকসকললৈ প্ৰত্যক্ষ সুবিধা আগবঢ়োৱা বুলি উল্লেখ কৰিছে। নতুন দিল্লীত কালি ফিক্কীৰ দীৰ্ঘস্থায়ী কৃষি সন্মিলন আৰু বঁটা ২০২৫ৰ পঞ্চম সংস্কৰণত ভাষণ দি তেওঁ এইদৰে কয়। তেওঁ মাটিৰ স্বাস্থ...

December 16, 2025 12:14 PM

views 7

সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয়সাপেক্ষে আছাবাম চাহ বাগিচা আদর্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি

সমাজ কল্যাণ বিভাগৰ অধীনত ২৫ লাখ টকা ব্যয় সাপেক্ষে নৱনিৰ্মিত আছাবাম চাহ বাগিচা আদর্শ অংগনৱাড়ী কেন্দ্ৰটো কালি নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে মুকলি কৰে। অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ যোগেদি সমাজ কল্যাণ বিভাগে শিশুসকলৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্য সমন্ধীয় বিভিন্ন দিশৰ যত্ন লৈ...

December 16, 2025 12:13 PM

views 21

ৰাজ্যত অপৰাধীক দোষী সাব্যস্তকৰণ আৰু অভিযোগনামা দাখিলৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাত অপৰাধৰ সংখ্যা হ্ৰাস

অসমত বিভিন্ন অপৰাধত অভিযুক্তক দোষী সাব্যস্তকৰণ আৰু অভিযোগনামা দাখিলৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অপৰাধ হ্ৰাস পাইছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। জানিব পৰা মতে যোৱা বছৰত অভিযুক্তক দোষী সাব্যস্তকৰণৰ হাৰ ৫ দশমিক ৫ শতাংশৰ পৰা চলিত বছৰত ২৫ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে অভিযোগনামা দাখিলত যো...

December 16, 2025 12:12 PM

views 30

১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত আজি দেশত বিজয় দিৱস উদযাপন

সমগ্র দেশে আজি ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিত বিজয় দিৱস উদযাপন কৰিছে। প্ৰতিবছৰে আজিৰ দিনটোত কৃতজ্ঞ ৰাষ্ট্ৰই প্ৰতিগৰাকী ভাৰতীয়ক উৎসাহিত আৰু গৌৰৱান্বিত কৰা বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগৰ কাহিনীক স্মৰণ কৰে। আজিৰ দিনটোতে ১৯৭১ চনত পাকিস্তানী সেনা বাহিনীৰ মুৰববী জেনেৰেল এ এ খান...

December 16, 2025 12:09 PM

views 12

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ আধাৰত ৰৈ যোৱা ত্রুটিসমূহ অধ্যয়নৰ বাবে উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন

ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনৰ আধাৰত ৰৈ যোৱা ত্রুটিসমূহ অধ্যয়নৰ বাবে অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে এখন উচ্চস্তৰীয় পৰামৰ্শদাতা সমিতি গঠন কৰি দিছে। সমন্বয়ৰক্ষী সমিতিয়ে ইতিপূৰ্বে গঠন কৰি দিয়া চাৰিজনীয়া ক’ৰ কমিটীয়ে ৰাজ্যৰ দহগৰাকী বিশিষ্ট ব্যক্তিক অন্তৰ্ভুক্ত কৰি এই...

December 16, 2025 12:07 PM

views 18

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ সিদ্ধান্ত

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত হোৱা জনগাঁথনিগত পৰিৱৰ্তনৰ কাৰণ আৰু প্ৰতিকাৰ নিৰূপণৰ বাবে কেন্দ্রীয় গৃহ মন্ত্ৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে সদনৰ প্রশ্নোত্তৰকালত এ...