January 8, 2025 8:53 PM
20
৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা মন্ত্রী পীয়ূষ হাজৰিকাৰ
ধেমাজি জিলাৰ জোনাই অঞ্চলত বান সমস্যা নিয়ন্ত্ৰণৰ কাৰণে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই আজি প্রায় ৪১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ মাজেৰে বৈ যোৱা চিয়াং লালী নদীৰ খহনীয়া ৰোধ কৰিবলৈ বেৰাচাপৰিৰ পৰা চেঙাজানলৈ এই মথাউৰিটো নিৰ্মাণ কৰা ...