January 12, 2025 7:58 PM

views 8

বড়োসকলৰ জাতীয় জীৱনৰ মূল স্রোত সাহিত্য আৰু সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জাতিক সমৃদ্ধ কৰি আহিছেঃ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন। এই উপলক্ষে আয়োজিত মুকলি সভাত ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই অংশগ্ৰহণ কৰে। এটা জাতি জীয়াই থাকিবলৈ ভাষা আৰু সাহিত্য অতি গুৰুত্বপূৰ্ণ উপাদান বুলি মন্তব্য কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই কয়...

January 12, 2025 7:53 PM

views 8

চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী পালন

চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয় প্রাঙ্গণত কালি আৰু আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আজি আলোচনাচক্ৰ আৰু মুকলি সভা অনুষ্ঠিত হয়। বৰপেটাৰ হাউলী ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰণজিৎ কুমাৰ কলিতাৰ পৌৰহিত্যত মাতৃভাষাৰ প্ৰতি নৱপ্ৰজন্মৰ...

January 12, 2025 7:49 PM

views 10

গুৱাহাটীৰ খানাপাৰাত পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ সামৰণি

গুৱাহাটীৰ খানাপাৰাৰত ১০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই কয়, যে এই মেলা পশুপালকৰ আয় বৃদ্ধিৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে। কৃষি ক্ষেত্ৰৰ উন্নতি দেশৰ শক্তি আৰু স...

January 12, 2025 7:46 PM

views 5

প্ৰাক্তন ক্রিকেট খেলুৱৈ দেৱজিত শ‍ইকীয়াৰ বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া সচিব তথা প্ৰাক্তন ক্রিকেট খেলুৱৈ দেৱজিত শ‍ইকীয়াই আজি আনুষ্ঠানিকভাৱে বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহালে এয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰি নৱনিযুক্ত সচিব শ্ৰীশ‍ইকীয়াই ভাৰতীয় ক্রিকেটক বিশ্বৰ...

January 12, 2025 7:18 PM

views 8

কাইলৈ ভোগালী বিহুৰ উৰুকা

কাইলৈ ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটীতো ভোগালীৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰতিবাৰৰ দৰে এইবেলিও বৃহত্তৰ উজানবজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যবসায়ী সন্থাই কাইলৈ উৰুকা উপলক্ষে উজান বজাৰত ৭০ টন মাছ বিক্ৰীৰ লক্ষ্য লৈছে। সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীব দাসে এইকথা প্রকাশ কৰে। ...

January 12, 2025 7:15 PM

views 22

স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাৰ মন্তব্য

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাই স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি মন্তব্য কৰে। কালি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অমস সাহিত্য সভাৰ মুখ্য ক...

January 12, 2025 8:09 PM

views 3

ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি প্রদান

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান ৯ খন পঞ্চায়তক বাদ দি অতিশীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। শ্রীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁৱক সামৰি এই বিষয়ত ৯ খন লেখ আবেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে এই স...

January 12, 2025 7:02 PM

views 13

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত ডোনাল্ড ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব। অহা ২০ জানুৱাৰীত ডোনাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। এই ভ্রমণকালত ড০ জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ প্রতিনিধি আৰু অনুষ্ঠানত অংশগ্ৰ...

January 12, 2025 6:59 PM

views 7

পোপ ফ্রান্সিছক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইদেনৰ Presidential medal of Freedom প্ৰদান

আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইদেনে কালি পোপ ফ্রান্সিছক টেলিফোনযোগে ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদক (Presidential medal of Freedom) প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি বাইদেনে বিশ্বজুৰি শান্তি গঢ়ি তোলা আৰু মানুহৰ দুখ কষ্ট লাঘৱ কৰাত পোপৰ প্ৰচেষ্টাৰ দিশতো আলোকপাত কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়...

January 12, 2025 6:54 PM

views 53

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সোমবাৰৰ পৰা মহাকুম্ভ  আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কাইলৈ বিশ্বাস আৰু মানৱতাৰ মহামেলা মহাকুম্ভ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া তীর্থযাত্ৰীসকলৰ সুবিধাৰ অর্থে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাকুম্ভত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে মহানগৰীখনলৈ বৃহৎ সংখ্যক লোকৰ আগমন ঘটিছে। সাংস্কৃতিক মন্ত্ৰ্যালয়ে দেশৰ চহকী আৰু প্ৰাণবন্ত...