January 15, 2025 10:16 AM
19
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ দেশী-বিদেশী উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ
এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীয়ে দেশৰ লগতে বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়ীক সাক্ষাৎ কৰি অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এই সন্মিলনলৈ আমন্ত্রণ জনায়। এই উদ্দেশে মালয়েছিয়ালৈ যোৱা ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্...