January 15, 2025 6:43 PM

views 20

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বধাল গাঁৱত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়

জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বুদ্ধল তেহচিলৰ বধাল গাঁৱত যোৱা ২৪ ঘণ্টাত অচিন ৰোগত পৰি আৰু দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ যোৱা ডিচেম্বৰৰ পৰা অঞ্চলটোত এনে ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি পালে । জম্মু কাশ্মীৰৰ মুখ্য সচিব অটল দুৰ্ল্লই কালি মৃত্যুৰ কাৰণ সম্পৰ্কে চালি জাৰি চোৱাৰ বাবে স্বাস্থ্য...

January 15, 2025 6:40 PM

views 8

নতুন দিল্লীত কংগ্ৰেছ দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন উদ্বোধন

কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনীয়া গান্ধীয়ে আজি নতুন দিল্লীত দলৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা ভৱন উদ্বোধন কৰে। অনুষ্ঠানত লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধী, সাংসদ প্রিয়ংকা গান্ধী ভাদ্রা, দলৰ মুখ্য সচিব কে চি বেণুগোপালকে ধৰি অন্য শীর্ষ নেতাসকল উপস্থিত থাক...

January 15, 2025 6:34 PM

views 14

৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে জেনেৰেল অনিল চৌহানৰ সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা

Chief of Defence staff জেনেৰেল অনিল চৌহানে ৭৭ সংখ্যক স্থলসেনা দিৱস উপলক্ষে সেনা বাহিনীৰ সকলো বিষয়া জোৱানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুৰববীগৰাকীয়ে এটা বৰ্তাত কয়, যে এই দিনটোৱে সেনা বাহিনীৰ অদম্য সাহস, কর্তব্য নিষ্ঠা আৰু পেছাদাৰিত্বক উদ্‌যাপন কৰে। তেওঁ লগতে কয়, যে দেশৰ নিৰাপত্তা আৰু একতাৰ ক্ষেত্ৰত স...

January 15, 2025 6:30 PM

views 7

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে দেশজুৰি স্থল সেনা দিৱস পালন

সশস্ত্র বাহিনীসমূহে দেশৰ বাবে কৰা সর্বোচ্চ ত্যাগক সম্মান জনোৱাৰ উদ্দেশ্যে আজি দেশজুৰি স্থল সেনা দিৱস পালন কৰা হৈছে। এই দিনটোৰ উদযাপনে ভাৰতীয় সেনা বাহিনীৰ অসীম সাহস, দেশৰ প্ৰতি কর্তব্যনিষ্ঠা আৰু মাতৃভূমিৰ প্ৰতি সেৱাৰ মনোভাৱকে প্ৰতিফলিত কৰে। ১৯৪৯ চনত অন্তিম গৰাকী ব্ৰিটিছ সেনাৰ মুৰববীৰ পৰা ভাৰতীয় সেনাৰ...

January 15, 2025 6:25 PM

views 12

মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ দেশৰ প্ৰতিৰক্ষা বাহিনীত অন্তর্ভুক্ত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইস্থিত নৌসেনা বাহিনীৰ পোতাশ্রয়ত ৩ খন আগশাৰীৰ জাহাজ ক্রমে আই এন এছ চুৰাট, আই এন এছ নীলগিৰি আৰু আই এন এছ বাঘশিৰক নৌসেনা বাহিনীত অন্তর্ভুক্ত কৰে। এই জাহাজকেইখনৰ অন্তর্ভুক্তিয়ে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক শক্তিশালী কৰি তুলিব আৰু আত্মনিৰ্ভৰ ভাৰত উদ্যমক গতি প্রদান ক...

January 15, 2025 6:22 PM

views 10

January 15, 2025 11:13 AM

views 22

গণৰাজ্য দিৱস উপলক্ষে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি অব্যাহত আছে। তিনিচুকীয়া জিলা প্রশাসনে এইবেলি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আগতীয়াকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্রাংকন, কুইজ, ৰচনা আৰু শ্ল’গান লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰিছে। এই প্ৰতিযোগিতা প্রথমে বিদ...

January 15, 2025 11:10 AM

views 9

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ী আৰু বিজিত দলৰ বাবে আই চি চিৰ আর্থিক পুৰস্কাৰৰ পৰিমাণ ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট সংস্থাই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বিজয়ী আৰু বিজিত দলৰ বাবে আর্থিক পুৰস্কাৰৰ পৰিমাণ ঘোষণা কৰিছে। সেই অনুসৰি এইটো ছিজনৰ চূড়ান্ত খেলখনৰ বিজয়ী দলটোৱে প্ৰায় ১২ কোটি টকাৰ পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে আনটো দলে প্রায় ৬ কোটি টকাৰ পুৰস্কাৰ লাভ কৰিব। চলিত বৰ্ষৰ ১৮ জুনত চাউডা...

January 15, 2025 11:06 AM

views 6

নলবাৰী জিলাৰ বেলশৰত ১৭ৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন ১৭ৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ...

January 15, 2025 11:03 AM