January 17, 2025 10:47 AM January 17, 2025 10:47 AM
10
আই এছ এল ফুটবল প্রতিযোগিতাৰ পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ কালিৰ খেলখন ১-১ গলত ড্র’
আই এছ এল ফুটবল প্রতিযোগিতাত কালি নিশা নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত পাঞ্জাৱ এফ চি আৰু মুম্বাই চিটীৰ মাজৰ খেলখন ১-১ গলত ড্র' হয়। প্রতিযোগিতাৰ পইণ্ট তালিকাত মুম্বাই চিটী এফ চি ২৪ পইণ্টেৰে ষষ্ঠ স্থানত আৰু পাঞ্জাৱ এফ চি ২০ পইণ্টেৰে অষ্টম স্থানত আছে। প্রতিযোগিতাত আজি জামছেদপুৰৰ জে আৰ ডি টাটা ...