December 20, 2025 8:00 PM

views 16

ভাৰতীয় ৰিজার্ভ বেংকৰ ৬২০ সংখ্যক বৈঠকত বেংকসমূহৰ বাবে এটা শংকা আধাৰিত জমা বীমা পৰিকাঠামোত মঞ্জুৰি

ভাৰতীয় ৰিজার্ভ বেংকৰ সঞ্চালকসকলৰ কেন্দ্ৰীয় পৰিষদে কালি হায়দৰাবাদত অনুষ্ঠিত বেংকৰ ৬২০ সংখ্যক বৈঠকত বেংকসমূহৰ বাবে এটা শংকা আধাৰিত জমা বীমা পৰিকাঠামোত মঞ্জুৰি দিছে। যোৱা অক্টোবৰত ৰিজার্ভ বেংকে দিয়া এটা বিবৃতিত শংকা আধাৰিত প্রিমিয়াম আৰ্হিৰ প্ৰস্তাৱ দিয়া হৈছিল। পৰিষদে আন্তর্জাতিক আৰু ঘৰুৱা অর্থনৈতিক পৰি...

December 20, 2025 7:57 PM

views 28

নাচাৰ সৈতে মহাকাশযান মাৱেনৰ সংযোগ বিচ্ছিন্ন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাচাৰ সৈতে মহাকাশযান মাৱেনৰ সংযোগ বিচ্ছিন্ন হৈছে। বিগত দুসপ্তাহ ধৰি মহাকাশযানখনৰ পৰা কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। ২০১৪ চনৰ পৰা মংগল গ্ৰহৰ পৰিৱেশ সম্পর্কে অধ্যয়ন চলাই থকা যানখনৰ পৰা নিয়মীয়া তথ্যৰ প্ৰেৰণ ব্যাহণ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যানখনে নিৰ্দিষ্ট পৰিসৰৰ পৰ...

December 20, 2025 7:55 PM

views 11

উন্নত ভাৰতৰ বৈদেশিক নীতি সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ সৈতে দীর্ঘকালীন তথা অভিলাষী হোৱা উচিত বুলি ড° এচ জয় শংকৰৰ মন্তব্য

উন্নত ভাৰতৰ বৈদেশিক নীতি সুদূৰপ্ৰসাৰী পৰিকল্পনাৰ সৈতে দীর্ঘকালীন তথা অভিলাষী হোৱা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এচ জয় শংকৰে মন্তব্য কৰিছে। দেশৰ আন্তর্জাতিক স্থিতি অধিক শক্তিশালী কৰি তুলিবলৈ আন মিত্র দেশসমূহক অন্তর্ভুক্ত কৰাৰ প্ৰয়োজন সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। পুনেৰ চিমবায়'চিচ ইন্ট...

December 20, 2025 7:54 PM

views 15

শিৱৰাজ সিং চৌহানে লিখা এটা প্রবন্ধ সমাজিক মাধ্যম যোগে শ্বেয়াৰ প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি বিকশিত ভাৰত- গ্রামীন নিয়োগ আৰু জীৱিকা নিশ্চিতকৰণ অভিযান বিধেয়ক, ২০২৫ চমুকৈ জি ৰাম জি বিলৰ উদ্দেশ্যক আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্রী শিৱৰাজ সিং চৌহানে লিখা এটা প্রবন্ধ সমাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রী মোদীয়ে কয়, যে গ্রাম্য জীৱিকা এটা আধ...

December 20, 2025 7:49 PM

views 11

পশ্চিমবংগৰ নাডিয়াত আজি প্ৰধানমন্ত্ৰীৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প মুকলি আৰু আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি পশ্চিমবংগৰ নাডিয়া জিলাৰ ৰাণাঘাটত প্রায় তিনি হাজাৰ দুশ কোটি টকা মূল্যৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রীয়ে নাডিয়া জিলাৰ ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰজাগুলি কৃষ্ণনগৰ সংযোগী ৬৪ দশমিক সাত কিলোমিটাৰ দৈৰ্ঘ্য...

December 20, 2025 7:06 PM

views 16

স্বনামধন্য ক্রিকেট খেলুৱৈ নৱ কমল ভূঞাৰ আজি পুৱা দেহাৱসান

স্বনামধন্য ক্রিকেট খেলুৱৈ নৱ কমল ভূঞাৰ আজি পুৱা চেন্নাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। উল্লেখযোগ্য যে অসমৰ হৈ প্রয়াত ভূঞাই প্রথম ৰঞ্জী ট্ৰফী প্রতিযোগিতাত অংশ লৈছিল। উল্লেখযোগ্য যে প্রথমখন ৰঞ্জী ট্ৰফী খেলত যোৰহাট ষ্টেডিয়ামত হোল্কাৰ ষ্টেটৰ বিৰুদ্ধে প্ৰথমটো ৰাণ কৰি ইতিহাস সৃষ্টি কৰি...

December 20, 2025 7:04 PM

views 61

আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আয়ে আসন্ন টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। সূর্য কুমাৰ যাদৱক দলটোৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হৈছে। শাৰিৰীক অসুস্থতা আৰু ফর্ম নথকাৰ বাবে শুভমন গীলক উপ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে আৰু দলৰ পৰাও বাদ দিয়া হৈছে। অক্ষৰ ...

December 20, 2025 7:03 PM

views 8

জোনাইৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

ধেমাজি জিলা আবকাৰি বিভাগ আৰু জোনাই সমজিলা আবকাৰি বিভাগে যৌথভাৱে অভিযান চলাই যোৱা নিশা জোনাই বিভিন্ন স্থানত বুজন পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অসম-অৰুণাচল সীমান্তৰ কেইবাটাও অঞ্চলত অভিযান চলাই দলটোৱে এই ব্যৱসায়ৰ লগত জড়িত দুজন লোকক আটক কৰে। আটকাধীন লোক দুজনক বর্...

December 20, 2025 7:02 PM

views 19

নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে'লপথত আজি পুৱতি নিশা ৰেলৰ খুন্দাত ৭ টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। তেঁও এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে বন বিভাগ আৰু ৰেল কর্তৃপক্ষক আলোচনামর্মে যাৱতীয় ব্যৱস্থা গ্...

December 20, 2025 6:57 PM

views 26

তিনিচুকীয়াত কাইলৈৰ পৰা অসমী চৰচ মেলা

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ চৰচ মেলা কাইলৈৰ পৰা ৩০ ডিচেম্বৰলৈ তিনিচুকীয়া জিলাত অনুষ্ঠিত হ'ব। চৰচ মেলাত দেশৰ বিভিন্ন ৰাজ্যৰ হস্তশিল্প, মৃৎ শিল্প, কাঠ শিল্প সামগ্রীকে ধৰি খাদী, টেৰাকোটা সামগ্ৰীৰ ২৫ খন বিশেষ বিপণী থাকিব। তদুপৰি অসমৰ মুগা শিল্প, জি আই টেগযুক্ত পানীমেটেকাৰ সামগ্ৰী, বাঁহ-বেতৰ সামগ্...