January 17, 2025 10:38 AM January 17, 2025 10:38 AM

views 6

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ ৰাওনা

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আজি তিনিদিনীয়া কাৰ্যসূচীৰে লাক্ষাদ্বীপলৈ যাব। উপ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত শ্ৰীধনখড়ৰ এয়া হ'ব প্ৰথম লাক্ষাদ্বীপ ভ্রমণ। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখড়ে এখন জনসভাত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও প্রকল্প উদ্বোধন কৰিব। ইয়াৰ উপৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন আত্মসহা...

January 17, 2025 10:36 AM January 17, 2025 10:36 AM

views 7

মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি ১২ গৰাকী চিকিৎসকক নিলম্বন

পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটি শিশু জন্ম দিয়াৰ পাছত মৃত্যু হোৱা মহিলাগৰাকীৰ অস্ত্ৰোপচাৰৰ সময়ত মানবিশিষ্ট কার্য সম্পাদন বিধি পালন নকৰাৰ অভিযোগত হাস্পতালখনৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি ১২ গৰাকী চিকিৎসকক নিলম্বন কৰা হৈছে। মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কা...

January 17, 2025 10:32 AM January 17, 2025 10:32 AM

views 3

স্বামিত্ব আঁচনিৰ অধীনত কাইলৈ প্ৰধানমন্ত্ৰীয়ে ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫০ হাজাৰৰো অধিক গাঁৱৰ সম্পত্তিৰ স্বত্বাধিকাৰীক স্বামিত্ব আঁচনিৰ অধীনত ৬৫ লাখৰো অধিক সম্পত্তি কার্ড বিতৰণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৰীপৰ বাবে অত্যাধুনিক ড্রোণ প্ৰযুক্তিৰ মাধ্যমে...

January 17, 2025 10:28 AM January 17, 2025 10:28 AM

views 8

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ আকাশবাণীযোগে মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ'ভ মুকল...

January 17, 2025 10:25 AM January 17, 2025 10:25 AM

views 9

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ ৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৭০ খন আসনৰ ভিতৰত ৬৮ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপিয়ে বাকী দুখন আসন এন ডি এ মিত্ৰজোঁটৰ সহযোগী দল জে ডি ইউ আৰু লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস গোটক এৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে কৈছে, যে জে ডি ইউয়ে বুৰাৰ...

January 17, 2025 10:21 AM January 17, 2025 10:21 AM

views 6

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এইবাৰৰ নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে মুঠ ৮৪১ খন মনোনয়ন পত্র দাখিল কৰা হৈছে। ইচ্ছ্যুক প্ৰাৰ্থীসকলে সোমবাৰলৈকে মনোনয়ন প্ৰত্যাহ্বাৰ কৰিব পাৰিব। দিল্লী বিধানসভাৰ বাবে অহা ৫ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ৮ ফেব্ৰুৱাৰীত ভোটগণনা কৰা হ...

January 17, 2025 10:19 AM January 17, 2025 10:19 AM

views 7

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ান্তোই এইবেলি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী অহা ২৫ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ অক্টোবৰ...

January 17, 2025 10:12 AM January 17, 2025 10:12 AM

views 8

ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সর্ববৃহৎ Globel Mobility Expo অর্থাৎ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব। এই মেলাৰ মূল বিষয়বস্তু হৈছে সীমাৰ উৰ্ধত : ভৱিষ্যতৰ মটৰগাড়ী মূল্য শৃংখলাৰ সহ নির্মাণ। এই দৃষ্টিভংগীৰ মূল উদ্দেশ্যে হৈছে বহনক্ষম আৰু অত্যাধুনিক কাৰিকৰী অগ্ৰগতিত ...

January 17, 2025 10:08 AM January 17, 2025 10:08 AM

views 3

ৰাষ্ট্ৰপতি ভৱনত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান কৰিব। বিশ্ব দবা চেম্পিয়ন দি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰালিম্পিকত স্বর্ণ পদক বিজেতা প্রবীন কুমাৰক মেজৰ ...

January 16, 2025 8:42 PM January 16, 2025 8:42 PM

views 6

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আপ-বিজেপি-কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি আম আদমী পাৰ্টী, বিজেপি আৰু কংগ্ৰেছৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা মনীষ ছিছোদিয়া, সৌৰভ ভৰদ্বাজ আৰু গোপাল ৰাজৰ লগতে বিজেপিৰ নেতা হৰিষ খুৰানা, মনজিন্দৰ স...