January 15, 2025 10:50 AM January 15, 2025 10:50 AM
13
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্ৰিডৰ স্পেইন-ভাৰত কাউন্সিল ফাউণ্ডেচনত আয়োজিত পৰিৱৰ্তিত বিশ্বৰ বাবে কৌশলগত সহযোগিতা শীর্ষক এখন আলোচনাত মিলিত হয়। ড০ জয়শংকৰে দিয়া এটা বাৰ্তাত ভাৰত আৰু স্পেইনৰ সহযোগিতা সংঘৰ্ষজৰ্জৰ বিশ্ব অর্থ...