January 15, 2025 6:52 PM January 15, 2025 6:52 PM
16
ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন
ৰাজ্যৰ বড়ো জনগোষ্ঠী বসতিপ্রধান অঞ্চলসমূহত আজিৰে পৰা বাথৌ পূজা পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা হৈছে। বাক্সা জিলাৰ বিভিন্ন স্থানত অৱস্থিত বাথৌ মন্দিৰসমূহত বাথৌ উৎসৱ আয়োজন কৰা পৰিলক্ষিত হৈছে। মাঘ বিহুৰ সময়তে বড়ো আৰু অন্য কছাৰী জনগোষ্ঠীৰ লোকসকলে দুইৰ পৰা তিনিদিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰে। কছাৰী সকলৰ ...