January 16, 2025 5:49 PM January 16, 2025 5:49 PM
5
দুৰ্বৃত্তৰ ছুৰীৰ আঘাতত আহত হিন্দী চলচ্চিত্ৰৰ জনপ্রিয় অভিনেতা ছেঈফ আলী খান সংকটমুক্ত
আজি পুৱতি নিশা নিজ বাসগৃহত চোৰৰ ছুৰীৰ আঘাতত আহত হিন্দী চলচ্চিত্ৰ জগতৰ জনপ্রিয় অভিনেতা ছেঈফ আলী খান বর্তমান সংকটমুক্ত বুলি কোৱা হৈছে। মুম্বাইৰ লীলাৱতী হাস্পতালৰ চিকিৎসকসকলে অভিনেতাগৰাকীৰ দুটা আঘাতৰ অস্ত্ৰোপচাৰ আজি পুৱাৰ ভাগত সম্পন্ন কৰে। আজি পুৱতি নিশা প্রায় ২ বজাত এজন অচিনাক্ত লোক ছেঈফ আলী খানৰ মু...