January 17, 2025 11:15 AM January 17, 2025 11:15 AM
3
ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা আৰম্ভ
ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত হ'বলগীয়া জিলাকেইখন ক্রমে বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। আজি আটাইকেইখন জিলাতে গু...