January 19, 2025 1:26 PM January 19, 2025 1:26 PM
5
দেশৰ বিভিন্ন বিনিয়োগকাৰীক এডভাণ্টেজ আছামলৈ আমন্ত্ৰণৰ বাবে টকিঅ’ত অনুষ্ঠিত অসম সপ্তাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভাণ্টেজ আছামৰ লগত সংগতি ৰাখি বিনিয়োগকাৰীক ৰাজ্যলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে টকিঅ'ত ভাৰতীয় দূতাবাসৰ উদ্যোগত চলি থকা অসম সপ্তাহত আজি অংশগ্রহণ কৰিব। এই উদ্দেশ্যে মুখমন্ত্ৰীগৰাকীয়ে এটা প্রতিনিধি দল লৈ কালি মাজনিশা জাপান অভিমুখে ৰাওনা হয়। টকিঅ'ত তেওঁ দেশখনৰ বিভিন্ন খ...