January 20, 2025 8:20 PM January 20, 2025 8:20 PM
8
দক্ষিণ কোৰিয়াত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰে মতবিনিময়
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ১৪০ গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মতবিনিময় কৰে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আ...