January 22, 2025 8:34 PM January 22, 2025 8:34 PM

views 13

তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত ২০৭ দশমিক ৫ কিলোগ্ৰাম ভাং, ২৪ গ্রাম হেৰ'ইন, ৮ হাজাৰ ৫০০ নিচাযুক্ত দ্ৰব্যৰ বড়ি, ২ হাজাৰ ব্রাউ...

January 22, 2025 8:32 PM January 22, 2025 8:32 PM

views 11

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হয়।পৰিবহন তথা পার্বত্য এলেকা উ...

January 22, 2025 8:30 PM January 22, 2025 8:30 PM

views 9

জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি

অসম চৰকাৰে আজি জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে জাৰি কৰা নির্দেশনাত শ্রীশর্মাই উচ্চতম ন্যায়ালয়ৰ গোচৰসমূহত অসম চৰকাৰৰ পক্ষক প্রতিনিধিত্ব কৰিব বুলি কোৱা হৈছে।

January 22, 2025 8:28 PM January 22, 2025 8:28 PM

views 11

সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ৬জন লোকক গ্ৰেপ্তাৰ

অসম চৰকাৰে ৰাজ্যত গো হত্যা নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত এটা সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন কামৰূপ জিলাৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আচলপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অসম পশুধন সংৰক্ষণ আইনৰ অধীনত হাতীগাওঁ আৰক্ষী...

January 22, 2025 8:26 PM January 22, 2025 8:26 PM

views 10

মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়ানৰ স্থান মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্রদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমধুপুৰ ধাম সত্ৰত বুঢ়িৰ পো গোবিন্দ আতৈৰ তিৰোভাৱ তিথি...

January 22, 2025 8:24 PM January 22, 2025 8:24 PM

views 4

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান সম্পন্ন হয়। গুৱাহাটীত ৰাজ্যিক ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ তথা শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা ...

January 22, 2025 8:14 PM January 22, 2025 8:14 PM

views 18

ইডেন গার্ডেনছত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গার্ডেনছত বৰ্তমান চলি আছে। পাঁচখন খেলৰ এই শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে টছত জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতীয় দলত প্রবীণ পেচ বলাৰ মহম্মদ ছামিৰ প্ৰত্যাৱৰ্তন ঘটিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি ইংলেণ্ডে...

January 22, 2025 8:09 PM January 22, 2025 8:09 PM

views 11

প্ৰয়াগৰাজত উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত

প্ৰয়াগৰাজত আজি উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ অধ্যক্ষতাত এৰাইল অঞ্চলৰ ত্ৰিবেণী সংকুলত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নতিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

January 22, 2025 8:06 PM January 22, 2025 8:06 PM

views 14

দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা অনুষ্ঠানত দলৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে হোৱা বাৰ্তালাপত আম আদমী পাৰ্টীক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। সমাগত দিল্লী বিধানসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কয় যে আম আদমী পাৰ্টীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিব পৰা নাই। আম আদমী পাৰ্টীক ...

January 22, 2025 8:04 PM January 22, 2025 8:04 PM

views 23

কলকাতাৰ নন্দন ছবিগৃহত ১১ সংখ্যক ক’লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন

কলকাতাৰ নন্দন ছবিগৃহত আজি ১১ সংখ্যক ক'লকাতা আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰা হয়। পশ্চিম বংগ চৰকাৰৰ সম্প্ৰচাৰ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আৰু শিশু- কিশোৰ একাডেমীৰ উদ্যোগত চলিত মাহৰ ২৮ তাৰিখলৈ এই মহোৎসৱ অনুষ্ঠিত হ'ব। মহোৎসৱত ৩০খন দেশৰ মুঠ ১১৬খন ছবি ক'লকাতাৰ নন্দন, একতাৰা মু...