January 23, 2025 7:50 PM January 23, 2025 7:50 PM
9
মহাৰাষ্ট্ৰৰ পছোৰাৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি
মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পছোৰাত কালি বিয়লি হোৱা ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩লৈ বৃদ্ধি পাইছে। ইয়াৰে ১০জনক চিনাক্ত কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে আজি এই বিষয়ে প্ৰকাশ কৰে। সাংবাদিকৰ আগত শ্ৰীপাৱাৰে কয় যে পুস্পক এক্সপ্ৰেছত জুই লগা বুলি উৰা বাতৰি বিয়পাৰ পাছত চেইন টানি ...