January 26, 2025 11:31 AM January 26, 2025 11:31 AM
15
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান
ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ আজি পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। ১৯৭১ চনত অৰণ্য ছবিৰে ছবি পৰিচালনাত হাত দিয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱে তেওঁৰ প্ৰথমখন ছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰে...