January 27, 2025 8:10 PM January 27, 2025 8:10 PM
7
অহা ১ ফেব্ৰুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ স্বচ্ছতাৰ তিনিদিন শীর্ষক বিশেষ কার্যসূচী
অহা ১ ফেব্ৰুৱাৰী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গুৱাহাটী পৌৰ নিগমে স্বচ্ছতাৰ তিনিদিন শীর্ষক বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়, যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ৩০ জানুৱাৰীত পৌৰ নি...