August 14, 2026 8:01 PM
4
ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি দীপক সংঘৰ চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই ব্যতিক্রমী চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন কৰিছে। সুধাকণ্ঠৰ চিৰ যুগমীয়া গীতসমূহক ভিত্তি হিচাপে লৈ লক্ষজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱানা শীৰ্ষক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পঞ্...