April 17, 2024 7:03 PM April 17, 2024 7:03 PM
18
আই পি এলত আজি গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ
আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত প্রতিযোগিতাৰ এখন উত্তেজনাপূর্ণ খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছক ২ উইকেটত পৰাস্ত কৰে। ...