ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে মন্ত্ৰী ৰাজনাথ সিঙৰ টেলিফোনিক বাৰ্তালাপ

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অষ্ট্ৰেলিয়াৰ উপ-প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিছাৰ্ড মাৰ্লেছৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীসিঙে কয় যে, তেওঁলোকে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত নিকট সহযোগিতা সম্পর্কে পর্যালোচনা কৰে। তেওঁ কয় যে, ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে বিস্তৃত কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।