ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 6, 2025 7:06 PM | Asthama day

printer

বিশ্বৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব হাপানী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত

বিশ্বৰ বিভিন্ন প্ৰান্তত আজি বিশ্ব হাপানী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। হাপানীৰ আন্তঃৰাষ্ট্ৰীয় পদক্ষেপ সংস্থাই প্ৰতিবছৰে মে’ৰ প্ৰথমটো মঙলবাৰে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰি আহিছে। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে – “Make Inhaled Treatments Accessible for ALL”. এই দিৱসৰ জৰিয়তে হাপানী ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰি দীৰ্ঘদিন ধৰি হৈ থকা শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ সঠিকভাৱে চিকিৎসা কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত কৰাৰ চেষ্টা কৰি অহা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।