ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 3, 2024 7:55 PM | Assam Police

printer

লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন

অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে লখিমপুৰ জিলাৰ ঢকুৱাখনাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে বুলি জানিবলৈ দিছে। তেওঁ মৃত সুনীল গগৈ নামৰ ব্যৱসায়ীজনৰ বাসগৃহত উপস্থিত হৈ আজি পৰিয়ালৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে যোৱা শনিবাৰে এই ব্যৱসায়ীজনক দুৰ্বৃত্তই হত্যা কৰিছিল।