১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন ১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হব। বিধানসভা সচিবালয়ে এই সন্দর্ভত অধিসূচনা জাৰি কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এইবেলি পূর্ণাঙ্গ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা হব।