অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক আজি পুৱা ৪ বাজি ১৭ মিনিটত ৫ দশমিক ১ প্রাবল্যৰ মজলীয়া ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ ধিং অঞ্চলত ভূ-পৃষ্ঠৰ পৰা ৫০ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, ভূটান, নেপালতো অনুভূত হয়।
Site Admin | January 5, 2026 12:54 PM | earthquake
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত আজি পুৱা ৪ বাজি ১৭ মিনিটত ৫.১ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি