অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক মৰিগাঁও আৰক্ষীয়ে জিলা কাৰাগাৰৰ বাহিৰত আজি পুনৰ গ্ৰেপ্তাৰ কৰে। কালি সন্ধিয়া মৰিগাওঁৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে সিঙৰ জামিন মঞ্জুৰ কৰিছিল। জাগীৰোড থানাত ৰুজু হোৱা এটা গোচৰ সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে। ইপিনে, তেঁওৰ গ্ৰেপ্তাৰ ৰাজনৈতিক উদ্দেশ্য প্রণোদিত বুলি শ্রীসিঙে অভিযোগ তুলিছে।
Site Admin | April 12, 2025 8:39 PM | assam cogress ritom arrest
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক পুনৰ গ্ৰেপ্তাৰ
