মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি বিয়লি ৩ বজাত কেবিনেট বৈঠক

গুৱাহাটীস্থিত লোকসেৱা ভৱনত আজি বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। বৈঠকৰ পাছতে ভৱনৰ মিডিয়া হলত এখন সংবাদ মেলৰ আয়োজন কৰা হৈছে। আজিৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।