ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 1, 2024 8:27 PM | assam cabinet

printer

ডº বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদানৰ সিদ্ধান্তত অসম কেবিনেটৰ অনুমোদন

অসম কেবিনেটে আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ডº বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। সৰ্বমুঠ ৪৮ হাজাৰ ৬৭৩ গৰাকী ছাত্র-ছাত্রীক এই স্কুটি প্রদান কৰাৰ বাবে কেবিনেটে আজি অনুমোদন জনায়। ন্যায়ধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰাৰ প্ৰস্তাৱ আজিৰ এই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।