ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিৰ জয়লাভ

অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিয়ে জয়লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপিৰ টাপিৰ গাঁও আৰু অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্রীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু বিজয় হৈছে। মিজোৰাম সমষ্টিত জোৰাম পিপলছ মুভমেন্ট দলৰ প্ৰাৰ্থী ৰিছাৰ্ড ভানলালমাংগাইহা জয় হৈছে। মেঘালয়ৰ শ্বিলং সমষ্টিত ভইছ অফ পিপলছ পাৰ্টীৰ ৰিকি ছিংকন আৰু তুৰা সমষ্টিত কংগ্ৰেছ দলৰ ছালেং এ ছাংমা জয় হৈছে। ত্ৰিপুৰাৰ দুটা সমষ্টিত বিজেপি প্রার্থী জয় হৈছে। ত্ৰিপুৰা পূব সমষ্টিত কীৰ্তি দেৱী দেৱবৰ্মন আৰু ত্ৰিপুৰা ৱেষ্ট সমষ্টিত বিপ্লৱ কুমাৰ দেৱ জয় হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।