October 3, 2025 12:33 PM | Arunachal

printer

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ১৩ জন নাগৰিকক উদ্ধাৰ

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ১৩ জন নাগৰিকক কালি ভাৰতীয় সেনাই উদ্ধাৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র লেফটেনেণ্ট কর্ণেল মহেন্দ্ৰ ৰাৱাটে কয়, যে টাৱাং জিলাৰ বৈশাখীৰ সমীপৰ গজৰাজ কৰ্পছৰ জোৱানে ততপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ১৩ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয়। সেনা জোৱানসকলে আহতসকলক তাৎক্ষণিক চিকিৎসা সাহায্য প্রদান কৰে বুলিও লেফটেনেণ্ট কর্ণেল ৰাৱাটে প্ৰকাশ কৰে।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।