ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 7, 2025 12:12 PM | Annu rani

printer

আন্তঃৰাষ্ট্ৰীয় উইছল’ মেনিয়াক মেম’ৰিয়েলত মহিলাৰ জেভলিন থ্ৰ’ত ভাৰতৰ অন্নু ৰাণীৰ স্বৰ্ণ পদক লাভ

পোলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় উইছল’ মেনিয়াক মেম’ৰিয়েলত মহিলাৰ জেভলিন থ্ৰ’ত ভাৰতৰ অন্নু ৰাণীয়ে ৬২ দশমিক ৫-৯ মিটাৰেৰে ছিজনৰ সৰ্বোত্তম প্ৰচেষ্টাৰে স্বৰ্ণ পদক লাভ কৰিছে।  এছিয়ান গেমছৰ ৩২ বছৰীয়া চেম্পিয়নগৰাকীয়ে শক্তিশালী আৰম্ভণি কৰি প্ৰথম প্ৰচেষ্টাত ৬০ দশমিক ৯-৬ মিটাৰ নিক্ষেপেৰে ইতিমধ্যেই জয় নিশ্চিত কৰে। দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত তেওঁ ৬২ দশমিক ৫-৯ মিটাৰ আৰু ৬০ দশমিক ৭ মিটাৰ থ্ৰ’ কৰে। টুৰ্কীৰ এডা টুগচুজে ৫৮ দশমিক ৩-৬ মিটাৰ থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ লিয়ানা ডেভিডচনে ৫৮ দশমিক ২-৪ মিটাৰত ব্ৰঞ্জৰ পদক লাভ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।