ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে আজিৰে পৰা ১০ ফেব্ৰুৱাৰীলৈ অন্ন সেৱা দিনৰ কাৰ্যসূচী হাতত লৈছে। খাদ্য সুৰক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে এই বিশেষ দিনকেইটাত প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীৰ বাবে অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত প্ৰতিমাহে প্ৰতিটো পৰিয়াললৈ ৩৫ কিলোগ্রাম বিনামূলীয়া চাউল প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ ৫ কিলোগ্ৰাম চাউল প্ৰদান কৰা হ’ব।
Site Admin | February 1, 2025 1:02 PM | anna sewa din assam
ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আজিৰে পৰা ১০ ফেব্ৰুৱাৰীলৈ অন্ন সেৱা দিন