কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাড়ু ভ্রমণ কৰিব। তেওঁ তিৰুনেলভেলীত বুথ সমিতিৰ দলীয় বৈঠকত অংশগ্ৰহণ কৰিব। শ্ৰীশ্বাহৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাজনিত কাৰণত তিৰুনেলভেলীত পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ ড্ৰোন আৰু মানৱবিহীন আকাশীযানৰ উৰণত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
Site Admin | August 22, 2025 12:58 PM | amit shah tamilnadu
কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাড়ু ভ্রমণ কৰিব
