ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 2, 2025 8:32 PM | Amit sah

printer

নতুন দিল্লীত Jammu Kashmir and Ladakh: Through the Ages উন্মোচন অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত Jammu Kashmir and Ladakh: Through the Ages নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। কিতাপখন হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে প্ৰকাশ কৰা হৈছে। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।