অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনা বাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি জানিব পাৰিম ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত অসমৰ প্ৰথমগৰাকী ছহিদ উদ্ধৱ দাসৰ বীৰগাঁথা। বাক্সা জিলাৰ অঞ্চলি গাঁৱৰ নিবাসী ১৯৯৯ চনৰ ২৪ জুনত ভাৰতৰ হৈ কাৰ্গিল ৰণাংগনত প্ৰাণাহুতি দিয়া সেনা বাহিনীৰ ১৯৯৭ ফিল্ড ৰেজিমেণ্টৰ জোৱান ৰাষ্ট্ৰীয় বীৰ ছহিদ উদ্ভৱ দাসৰ মাতৃ থগেশ্বৰী দাস আৰু একমাত্র ভগ্নী জয়ন্তী দাসৰ সৈতে কিছু কথোপকথন ।
Site Admin | May 20, 2025 12:37 PM | Akashvani
আকাশবাণীত অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাঁথা শৃংখলতা আজি উদ্ধৱ দাসৰ বীৰগাঁথা