May 2, 2025 8:04 PM | akashbani

printer

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাকৰিত ৰঙালীৰ ধেমালি শীৰ্ষক বাৰেৰহণীয়া অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাকৰিত আজি ৰঙালীৰ ধেমালি শীৰ্ষক এটি বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত কেন্দ্ৰটোৰ সকলো বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। পানী- পাৰ, বেলুন ফুটোৱা আদি বিভিন্ন খেল-ধেমালিৰ লগতে কেন্দ্ৰটোৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰীয়ে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ কাঢ়ে। 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।