ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল

চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল কৰা হৈছে। এটা বিবৃতি অনুসৰি সাগৰীয় ধুমুহা ৰেমালৰ পৰিপ্ৰেক্ষিততে কলকাতা-আন্দামান আৰু অন্ধ্র-প’ৰ্টব্লেয়াৰৰ মাজত বিমান সেৱাও বাতিল কৰা হৈছে।