ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি কৰ্কট ৰোগ সজাগতাঃ প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত কৰ্কট ৰোগ সজাগতা : প্ৰতিৰোধ, চিনাক্ত আৰু চিকিৎসা সন্দৰ্ভত ডাঃ দদুল মণ্ডলৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি চিকিৎ‍সকগৰাকীৰ সৈতে কৰ্কট ৰোগ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব।