ডাউনলোড
মোবাইল এপ

android apple
signal

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা’ত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ’ শীৰ্ষক কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা চাৰে ৮ বজাত ‘চলন্তিকা’ অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ’ শীৰ্ষক কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোত অতিথি হিচাপে যোগ বিশেষজ্ঞ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব ডলী দেৱীয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।